← ফুৰি যাওক

জল-শুবীয়া

jala-śubīẏā

অৰ্থ

1.

শুবীয়া; শোবে ধৰা; শোথ-ৰুগীয়া

attacked with dropsy

বিণ.

2.

শোবে ধৰা মানুহৰ নিচিনা আৰু নিস্তেজ

weak and pale

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জল-শুবীয়া · অসমীয়া অভিধান