জলকা
jalakā
অৰ্থ
1.
ৰ'দ নথকা; মেঘেৰে ঢকা; ডাবৰীয়া
cloudy
বিণ.
2.
বিমৰ্ষ; মৰা-মুবা; মন-মৰা; আনন্দ আৰু উৎসাহৰ চিন নথকা
melancholy; downcast
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
jalakā
ৰ'দ নথকা; মেঘেৰে ঢকা; ডাবৰীয়া
cloudy
বিণ.
বিমৰ্ষ; মৰা-মুবা; মন-মৰা; আনন্দ আৰু উৎসাহৰ চিন নথকা
melancholy; downcast
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ