← ফুৰি যাওক

জলক্-তবক

jalak-tabaka

অৰ্থ

1.

ভালকৈ দেখিব নোবৰা; ভালকৈ নমনা, ধূঁবলী- কুঁবলী দেখা

dim; seeing indistinctly

বিণ.

2.

এবাৰ দেখা, এবাৰ নেদেখা বা এবাৰ মেলা, এবাৰ মুদ যোবা; টোপনি আহোঁ আহোঁ কৰা; যেনে-"টোপনি-খতিৰ বাবে চকু জলক-তৰক কৰিছে"

drowsy

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ