কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভেচেলিbheceliNoun
খলিহা জাতিৰ কিন্ত্ত তাতকৈ বহুত সৰু এবিধ ঘোদা পানীত থকা মাছ
a kind of small fish; Trichogaster chuna
- ভেচেলীbhe.se.liCommon Noun
৫ ছেঃ মিঃ মান দীঘল এবিধ সৰু মাছ৷ মতা মাছবোৰ অলপ ডাঙৰ আৰু ৰংচঙীয়া হয়৷
small freshwater fish usually 5cm in length, Males are generally larger, and more colorful whereas females tend to be silvery
- ভেছেলিনMaterial Noun
ভেছেলিন
ভেছেলিন
- ভেছেলীনbhe.se.linMaterial Noun
ছালৰ নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰা এবিধ ডাঠ পেট্ৰলিয়াম জেলী৷
a thick, transparent petroleum jelly used on skin as a lubricant to protect or heal it.
- ভেজাbhejāNoun
কোনো বস্ত্তত আউজা; হেঁচা; ভৰ
the act of leaning against; weight
- ভেজালbhejālaNoun
বেয়া বা নিকৱষ্ট বস্ত্ত ভাল বস্ত্তৰ লগত মিহলোবা কাৰ্য্য
adulteration
- ভেজালকাৰীbhe.jal.ka.riCommon Noun
যি ভেজাল বস্তু তৈয়াৰ কৰে৷
one who adulterates (or make impure) commodities
- ভেট মালি গছbhet ma.li gosCommon Noun
গুল্ম জাতীয় গছ বিশেষ৷
The Hill glory bower, is a perennial shrub belonging to the family Lamiaceae, also sometimes classified under Verbenaceae. It is the type species among 400 species of Clerodendrum.
- ভেটকি তিতাbhe.to.ki ti.taCommon Noun
গুল্ম জাতীয় গছ বিশেষ৷
The Hill glory bower, is a perennial shrub belonging to the family Lamiaceae, also sometimes classified under Verbenaceae. It is the type species among 400 species of Clerodendrum.
- ভেটফুলbhet.phulCommon Noun
পানীত ফুলা এবিধ ফুল৷
A kind of plant that grows in water belonging to representative genus Nymphaea. Bears flower that resembles lotus, however, botanically water lily and lotus are different. In many asian countries the words water lily and lotus are used, interchangeably.
- ভেটাbheṭāNoun
পানী বন্ধ কৰিবলৈ কৰা আলি বা চাপ
a dam
- ভেটা-ভেটিbheṭā-bheṭiNoun
পৰস্পৰক দেখা-দেখি কৰা কাৰ্য্য; সাক্ষাত
mutual visiting; an interview
- ভেটাই-তিতাbheṭāi-titāNoun
"ভাত-তিতা" চোবাঁ।
- ভেটিbheṭiNoun
ঘৰ সাজিবলৈ বা আন কোনো কাৰ্য্যৰ বাবে মাটি তুলি ওখ কৰা ঠাই
a raised bed of earth; a plinth
- ভেটি ধৰণbhe.ti dho.ronAbstract Noun
কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
Surrounding or erecting barriers to prevent entry and exit to a place
- ভেটুবাbheṭubāAdjective
উপঢৌকন-ৰূপে লোবা বা দিয়া
received or given as a present
- ভেটুৱাbhe.tu.waMaterial Noun
মাটিৰে নিৰ্মিত গোলাকাৰ সৰু মূখৰ পাত্ৰ
Rounded vessel often made of earth clay or ceramic
- ভেটোbhe.to`Abstract Noun
বলৱৎ কৰিবলৈ মনস্থ অথবা সাজু কৰা কোনো আইন ৰদ কৰিবলৈ অথবা বলৱৎ হোৱা প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা ভোট ৷
The power or right to prohibit or reject a proposed or intended act (especially the power of a chief executive to reject a bill passed by the legislature).
- ভেট্bheṭTransitive verb
আগচি ধৰ্; আগুৰ্
to obstruct the way of
- ভেডে তিতাbhe.te ti.taCommon Noun
গুল্ম জাতীয় গছ বিশেষ৷
The Hill glory bower, is a perennial shrub belonging to the family Lamiaceae, also sometimes classified under Verbenaceae. It is the type species among 400 species of Clerodendrum.