← ফুৰি যাওক

ভেট্

bheṭ

অৰ্থ

1.

আগচি ধৰ্; আগুৰ্

to obstruct the way of

সক. ধা.

2.

বন্ধ কৰ্; বাট মাৰ্; ভেটা মাৰ্

to stop the way by fencing or otherwise

সক. ধা.

3.

ডাঙৰ লোকক দেখা কৰোঁতে সম্মান কৰি কোনো বস্ত্ত দি; উপঢৌকন দি

to make a present of

সক. ধা.

4.

সাক্ষাত; দেখাদেখি

an interview; meeting

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভেট্ · অসমীয়া অভিধান