← ফুৰি যাওক

ভেটি

bheṭi

অৰ্থ

1.

ঘৰ সাজিবলৈ বা আন কোনো কাৰ্য্যৰ বাবে মাটি তুলি ওখ কৰা ঠাই

a raised bed of earth; a plinth

বি.

2.

ৰুবলৈ নিয়া গছৰ পুলিৰ গুৰিৰ চাৰিওফালে খানি নিয়া মাটিৰ লদা; পীৰি

a lump of earth taken up round the root of a plant when transplanting

বি.

3.

সাক্ষাত কৰোঁতে সম্মান কৰি ডাঙৰ মানুহক দিয়া বস্ত্ত; উপঢৌকন

a present made to a person out of respect at an interview

বি.

4.

অন্যায়মতে সুবিধা বা উপকাৰ পাবলৈ বা গোচৰ আদত অন্যায়কৈ জিকিবৰ অৰ্থে কোনো বিষয়াক দিয়া ধন-বস্ত্ত

a bribe

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভেটি · অসমীয়া অভিধান