← ফুৰি যাওক

ভেজা

bhejā

অৰ্থ

1.

কোনো বস্ত্তত আউজা; হেঁচা; ভৰ

the act of leaning against; weight

বি.

2.

ঢোকা

a prop

বি.

3.

তাঁতৰ দীঘৰ সূতাবিলাক একানে দীঘল একানে চুটি হ'লে দীঘল সূতাবিলাক ফিন্দাই ধৰিবলৈ তাৰ তলত বা টোলোঠাৰ বুকুত সুমাই দিয়া শাল, খেৰ আদি বস্ত্ত; . b >4/b>। (পু. অ.) হেঁচা মাৰ্; ভৰ দি; যেনে-"লাঙল ভেজাইল কান্ধে" (কীৰ্ত্তন)।

something thrust under the wrap to make it tight

বি.

4.

বহুবা; সুমা; ভিতৰলে ঠেল্; যেনে-"ভেজাইল হনুৰ গাবে দান্ত" (দশম)

to thrust; to press in

সক. ধা.

5.

তপত পানীত চেঁচা পানী ভাজ দি বা মিহলা

to mix

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভেজা · অসমীয়া অভিধান