কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুমধুৰsumadhuraAdjective
অতি মধুৰ; বৰ সোৰাদ; সুমিষ্ট
very swet; delicious; very pleasing
- সুমনাsumanāAdjective
জ্ঞাণী
wise
- সুমন্তProper Adj.
বন্ধুৰ সৈতে থকা আত্মীয়তা
characteristic of or befitting a friend.
- সুম্মিতsummitaAdjective
মিচিকিয়া হাঁহিযুক্ত; স্ত্ৰী. সুস্মিতা।
- সুযশাxu.jo.xaProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- সুযোগ্যsuyogyaAdjective
অতিশয় উপযুক্ত।
- সুলভsulabhaAdjective
সহজে পোবা; কম দামত পোবা; সস্তা; . স্ত্ৰী. সুলভা।
easily obtainable; cheap
- সুলভ মূল্যxu.lobh mu.lyoProper Adj.
কম খৰচৰ, আপেক্ষিক ভাৱে কম দামী
costing very little; relatively low in price
- সুললিতsulalitaAdjective
সুকোমল; সুবলা; ধুনীয়া
handsome; pretty
- সুলসুলীয়াsulasulīẏāAdjective
জুলীয়া; লেউলেবা
viscous
- সুলোচনsulocanaAdjective
সুন্দৰ বা ধুনীয়া চকু থকা
having good or beautiful eyes
- সুশিক্ষিতsuśikṣitaAdjective
ভালকৈ লিখা-পঢ়া জনা; ভাল শিক্ষা পোবা
well-trained; educated
- সুশীতলxu.xi.tolProper Adj.
তৃপ্তিকৰভাৱে শীতল, আৰাম লগাকৈ চেঁচা
Pleasingly cool, satisfyingly cold
- সুশীলsuśīlaAdjective
বৰ শান্ত; শিষ্ট; সৎ; নম্ৰ স্বভাবৰ; . স্ত্ৰী. সুশীলা।
good tempered; good natured; well-behaved
- সুশৃংখলxu.xring.kholProper Adj.
সুন্দৰকৈ সজোৱা বা শাৰী পাতি সজাই ৰখা
arranged or disposed in a neat, tidy manner or in a regular sequence
- সুশোভনsuśobhanaAdjective
সুন্দৰ; ধূনীয়া; মনোহৰ; . কৱদ. বিণ
beautiful; handsome
- সুশোভিতsuśobhitaAdjective
অতি শোভা-যুক্ত।
- সুশ্ৰাব্যsuśrābyaAdjective
সুমধূৰ; সুবলা; শুনিবলৈ ভাল
pleasing to ear
- সুশ্ৰীsuśrīAdjective
ভাল; শ্ৰীযুক্ত; বৰ শুবনী; সুন্দৰ; শ্ৰীমান্
good-looking; well formed; handsome
- সুশৱঙ্খলsuśawaṅkhalaAdjective
ভালকৈ শাৰী পতা; উত্তমৰূপে শৱঙ্খলা লগোবা বা সজোবা; সুবন্দবস্ত থকা; . বি. সুশৱঙ্খলা।
well arranged; orderly