← ফুৰি যাওক

সুললিত

sulalita

অৰ্থ

1.

সুকোমল; সুবলা; ধুনীয়া

handsome; pretty

বিণ.

2.

মধূৰ; শুনিবলৈ ভাল

melodious

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুললিত · অসমীয়া অভিধান