← ফুৰি যাওক

সুশীল

suśīla

অৰ্থ

1.

বৰ শান্ত; শিষ্ট; সৎ; নম্ৰ স্বভাবৰ; . স্ত্ৰী. সুশীলা।

good tempered; good natured; well-behaved

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুশীল · অসমীয়া অভিধান