কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহাশ্বেতাmahāśbetāNoun
সৰস্বতী দেবী
goddess Sarasvatī
- মহাশ্ৰমণmo.ha.sro.monCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.
- মহাশয়mahāśaẏaNoun
শ্ৰেষ্ঠ লোক; মানী লোক; ভদ্ৰ লোক
a superior person; a respectable man; a gentle-man
- মহাশয়নmahāśaẏanaNoun
চিৰনিদ্ৰা; মহাপ্ৰস্হান; মৱত্যু
death
- মহাষ্টমীmahāṣṭamīNoun
চান্দ্ৰ আহিন মাহৰ শুক্লাষ্টমী; দুৰ্গা-পূজাৰ অষ্টমী
the eighth lunar day of the bright fortnight in the month of Āsvina
- মহাসংকোচনmo.ha.xong.ko’.sonAbstract Noun
In physical cosmology, the big crunch is one possible scenario for the ultimate fate of the universe, in which the metric expansion of space eventually reverses and the universe recollapses, ultimately ending as a black hole singularity.
- মহাসভাmo.ha.xo.bhaAbstract Noun
কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।
an assembly or meeting of large number of attendees organized for a specific purpose.
- মহাসমুদ্ৰmo.ha.xo.mud.roAbstract Noun
ভূ-পৃষ্ঠৰ প্ৰায় তিনি-চতুৰ্থাংশ আৱৰি থকা লুণীয়া পানীৰ বিশাল জলৰাশি
the vast body of salt water that covers almost three fourths of the earth's surface
- মহাসমৰmo.ha.xo.morAbstract Noun
বিশ্বৰ সৰহ সংখ্যক দেশেই জড়িত হোৱা যুদ্ধ৷
A war in which the major nations of the world are involved.
- মহাসাগৰmahāsāgaraNoun
মহাসমুদ্ৰ; পৱথিবীৰ চাৰিওফালে বেৰি থকা সাগৰ
an ocean
- মহাসাগৰীয় ভূত্বকNoun
মহাসাগৰীয় ভূত্বক
মহাসাগৰীয় ভূত্বক
- মহাসিদ্ধিmahāsiddhiNoun
যোগসিদ্ধ পুৰুষৰ আঠোটা অদ্ভূত শক্তি; "বিভূতি" চোবাঁ।
- মহাসিন্ধুmo.ha.xin.dhuAbstract Noun
ভূ-পৃষ্ঠৰ প্ৰায় তিনি-চতুৰ্থাংশ আৱৰি থকা লুণীয়া পানীৰ বিশাল জলৰাশি
the vast body of salt water that covers almost three fourths of the earth's surface
- মহাৰজত জয়ন্তীmo.ha.ro.jot jo.yon.tiAbstract Noun
৬০ বা ৭৫ বছৰ বয়সত অনুষ্ঠিত কৰা কোনো অনুষ্ঠান৷
the celebration of any of certain anniversaries, as the sixtieth or seventy-fifth.
- মহাৰজাmo.ha.ro.jaCommon Noun
কোনো জনপ্ৰিয়, পৰাক্ৰমী ৰজাক (বা কেতিয়াবা কোনো প্ৰতিপত্তিশালী লোকক) কৰা সন্মানজনক সম্বোধন; কোনো ডাঙৰ দেশৰ (জনপ্ৰিয়), পৰাক্ৰমী ৰজা৷
a term to address a great, powerful king or a superior person; a great,powerful (and popular) king or an emperor.
- মহাৰণmo.ha.ronAbstract Noun
বিশ্বৰ সৰহ সংখ্যক দেশেই জড়িত হোৱা যুদ্ধ৷
A war in which the major nations of the world are involved.
- মহাৰথmahārathaNoun
বৰ বীৰ; ডাঙৰ যুঁজাক [যি অকলে দহ হেজাৰ ধনুৰ্দ্ধৰৰ লগত যুদ্ধ কৰিবলৈ পাৰগ আৰু অস্ত্ৰ-শস্ত্ৰ বিদ্যাত নিপুণ তেবেঁই মহাৰথ; অন্যমতে যি নিজক, সাৰথিক আৰু ৰথৰ ঘোঁৰাক ঘাইল নোহোবাকৈ ৰাখি যুদ্ধ কৰিবলৈ পাৰ্গত তেবেঁই মহাৰথ।]
a great or skilful warrior
- মহাৰথীmahārathīNoun
বৰ বীৰ; ডাঙৰ যুঁজাক [যি অকলে দহ হেজাৰ ধনুৰ্দ্ধৰৰ লগত যুদ্ধ কৰিবলৈ পাৰগ আৰু অস্ত্ৰ-শস্ত্ৰ বিদ্যাত নিপুণ তেবেঁই মহাৰথ; অন্যমতে যি নিজক, সাৰথিক আৰু ৰথৰ ঘোঁৰাক ঘাইল নোহোবাকৈ ৰাখি যুদ্ধ কৰিবলৈ পাৰ্গত তেবেঁই মহাৰথ।]
a great or skilful warrior
- মহাৰসmahārasaNoun
ৰস; পাৰা
quicksilver
- মহাৰাজmahārājaNoun
ডাঙৰ ৰজা; ৰাজচক্ৰবৰ্ত্তী; সম্ৰাট
an emperor