← ফুৰি যাওক

মহাসিদ্ধি

mahāsiddhi

অৰ্থ

1.

যোগসিদ্ধ পুৰুষৰ আঠোটা অদ্ভূত শক্তি; "বিভূতি" চোবাঁ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মহাসিদ্ধি · অসমীয়া অভিধান