কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সম্পত্তিsampattiNoun
ধন-বস্ত্ত; লক্ষ্মী; ঐশ্বৰ্য্য; বিভুতি
wealth; riches; property
- সম্পদsampadaNoun
ঐশ্বৰ্য্য; সম্পত্তি
prosperity
- সম্পন্নকৰণxom.pon.no.ko.ronAbstract Noun
The act or fact of finishing
- সম্পাতxom.patVerbal Noun
ওপৰৰ পৰা অথবা উচ্চ পদৰ পৰা তললৈ নামি অহা|
descent to a lower position or standing.
- সম্পাদকsampādakaNoun
কাৰ্য্য সম্পাদন কৰোঁতা; কাৰ্য্য-নিৰ্ব্বাহক; অনুষ্ঠান আদিৰ প্ৰধান কাৰ্য্য-নিৰ্ব্বাহক
a secretary
- সম্পাদকীয়xom.pa.do.ki.yoAbstract Noun
সম্পাদক আৰু/অথবা প্ৰকাশকৰ মতামত প্ৰকাশ কৰা কোনো বাতৰি কাকত বা আলোচনীৰ এটা নিবন্ধ ৷
An article in a publication (especially newspaper) expressing the opinion of its editors or publishers.
- সম্পাদনxom.pa.donAbstract Noun
কোনো সিদ্ধান্ত, পৰিকল্পনা, ঠিকা আদি কাৰ্য্যত পৰিণত কৰা
Putting a decision, plan, contract, etc. into effect
- সম্পাদনাxom.pa.do.naVerbal Noun
কোনো সাহিত্য কৰ্ম, চলচিত্ৰৰ কাম আদি শুধৰণি আৰু পুনৰ-গঠন কৰা কাৰ্য্য
The act of correcting and reformatting some literary work, cinematic work etc.
- সম্পাদ্যsampādyaAdjective
সম্পাদন বা (কোনো কাৰ্য্যৰ) পৰিচালনা কৰিব লগীয়া
to be accomplised or done
- সম্পুৰ্ণ প্ৰ’টিনNoun
সম্পুৰ্ণ প্ৰ’টিন
complete protein
- সম্পূৰক কোণxom.pu.rok ko`nAbstract Noun
কোনো কোণৰ লগত যি কোণ যোগ কৰিলে দুই সমকোণৰ সমান হয়
the angle which makes two right angles when added to another angle
- সম্পূৰণsampūraṇaNoun
পূৰ্ণ কৰা কাৰ্য্য; সম্পন্ন কৰা কাৰ্য্য।
- সম্পূৰ্ণতাxom.pur.no.taAbstract Noun
সকলো অংশ থকা অৱস্থা
Having all necessary parts, elements or steps
- সম্প্ৰচাৰxom.pro.sarAbstract Noun
দূৰদৰ্শনৰ জৰিয়তে প্ৰেৰণ
A broadcast in television
- সম্প্ৰতীতিxom.pro.titiAbstract Noun
বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা
the state or quality of being widely honored and acclaimed
- সম্প্ৰদাsampradāNoun
পুৰাতন ৰীতি-নীতি; শাস্ত্ৰৰ মতৰ দৰে পূৰ্ব্বৰপৰা চলি অহা ৰীতি
established usage
- সম্প্ৰদানsampradānaNoun
দান; সমৰ্পণ; দিয়া কাৰ্য্য
a gift; act of giving away
- সম্প্ৰদায়sampradāẏaNoun
একে মততে চলা লোকসমূহ; একে ধৰ্ম্মতে প্ৰবৰ্ত্তা মানুহৰ দল; . বিণ. সাম্প্ৰদায়িক।
a sect; a community following the same doctrine or tenet
- সম্প্ৰসাৰণsamprasāraṇaNoun
বছলোবা; বিস্তাৰণ।
- সম্প্ৰীতিxom.pri.tiAbstract Noun
দুটা গোট বা ব্যক্তিৰ মাজত থকা ভাল ভাৱ বা বন্ধুত্ব
friendly relations between two person or two parties