← ফুৰি যাওক

সম্পাদক

sampādaka

অৰ্থ

1.

কাৰ্য্য সম্পাদন কৰোঁতা; কাৰ্য্য-নিৰ্ব্বাহক; অনুষ্ঠান আদিৰ প্ৰধান কাৰ্য্য-নিৰ্ব্বাহক

a secretary

বি.

2.

কোনো গ্ৰন্হকাৰে লিখা পুথি আদি সংগ্ৰহ বা তাত লিখা কথা লৰচৰ আৰু ব্যাখ্যা কৰি পুনৰ প্ৰকাশ কৰোঁতা

a compiler; an editor

বি.

3.

বাতৰি-কাকত আদিৰ প্ৰধান লেখক; . স্ত্ৰী. সম্পাদিকা; বিণ. সম্পাদকীয় সম্পাদক-সম্পৰ্কীয়; বিণ. সম্পাদিত

an editor (as of a news paper) ; edited

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সম্পাদক · অসমীয়া অভিধান