কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহাফেজখানাmo.ha.phej.kha.naCommon Noun
আদালতৰ দৰকাৰী নথি-পত্ৰসমূহ জমা কৰি ৰখা ঘৰ বা কোঠালি।
the room where important documents of a court are stored.
- মহাবিদ্যাmahābidyāNoun
দেবী [কালী, তাৰা, ষোড়শী, ভুবনেশ্বৰী, ভৈৰবী, ছিন্নমস্তা, ধুত্ত্ৰাবতী, বগলা, মাতঙ্গী আৰু কমলা-দুৰ্গাদেবীৰ এই দহ ৰূপক দশ মহাবিদ্যা বোলে।]।
- মহাবিদ্যালয়mahābidyālaẏaNoun
উচ্চতম শিক্ষালয়
college
- মহাবিলmo.ha.bilAbstract Noun
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
the atmosphere and outer space as viewed from the earth
- মহাবিশ্বAbstract Noun
যিকোনো ঠাইতে থকা সকলোবোৰ
everything that exists anywhere
- মহাবীৰmahābīraNoun
হনুমান; জৈন তীৰ্থঙ্কৰ-বিশেষ।
- মহাবীৰ জৈনmo.ha.bir jo``inProper Noun
প্ৰাচীন ধৰ্মগ্ৰন্থবোৰত জৈনধৰ্মক শ্ৰমণ ধৰ্ম বা নিৰ্গ্ৰন্থৰ ধৰ্মও বোলা হৈছিল৷ কথিত আছে, তীৰ্থঙ্কৰ নামে ২৪ জন মহাজ্ঞানী কৃচ্ছ্বসাধকৰ এটা দলে পৰ্যায়ক্ৰমে জৈনধৰ্মক পুনৰুদ্ধাৰ কৰিছিল৷ ইয়াৰ মাজত ত্ৰাবিংশ তীৰ্থঙ্কৰ আছিল পাৰ্শ্বনাথ (খৃষ্টপূৰ্ব নৱম শতাব্দী) আৰু সৰ্বশেষ তীৰ্থঙ্কৰ আছিল মহাবীৰ (খৃষ্টপূৰ্ব ষষ্ঠ শতাব্দী)৷
The twenty-fourth and last tirthankara of Jainism (599 BCE–527 BCE). Therefore, although Mahavira is widely regarded as the founder of Jainism, he is more properly regarded as a reformer of Jainism.
- মহাবেশ্যাmahābeśyāNoun
(দুষ্টাদি অৰ্থে ইয়াৰ উভয় লিঙ্গতে ব্যবহাৰ) দুষ্ট; অধাৰ্ম্মিক
very wicked; vicious
- মহাবোধিmahābodhiNoun
বুদ্ধদেব।
- মহাব্যাধিmahābyādhiNoun
কুষ্ঠ-ৰোগ
leprosy
- মহাভাগmahābhāgaNoun
সাধুপুৰুষ; ঈশ্বৰ-ভক্ত; শ্ৰেষ্ঠ লোক
a saint; one devoted to God; an eminent man
- মহাভাৰতmahābhārataNoun
"ভাৰত" চোবাঁ।
- মহাভিযোগAbstract Noun
শাসনভাৰ পোৱা উচ্চ পদস্থ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ৷
accusation against high officials.
- মহাভূতmahābhūtaNoun
"পঞ্চভূত" চোবাঁ।
- মহাভৃংগৰাজmo.ha.bhring.go.rajProper Noun
মাটিকাদুৰিৰ গঢ়ৰ এবিধ মোহাৰিলে ক’লা হোৱা বন।
It is an annual, erect or prostate entirely pubescent herb, often rooting at nodes with opposite, sessile, usually oblong, 2.5 - 7.5 cm long leaves with white appressed hairs having Floral heads 6-8 mm in diameter, solitary, white, achene compressed and narrowly winged.
- মহাভৃঙ্গৰাজmo.ha.bhring.go.rajProper Noun
মাটিকাদুৰিৰ গঢ়ৰ এবিধ মোহাৰিলে ক’লা হোৱা বন।
It is an annual, erect or prostate entirely pubescent herb, often rooting at nodes with opposite, sessile, usually oblong, 2.5 - 7.5 cm long leaves with white appressed hairs having Floral heads 6-8 mm in diameter, solitary, white, achene compressed and narrowly winged.
- মহামতিmahāmatiAdjective
অতি বুদ্ধিমন্ত; উচ্চমনা; সম্ভ্ৰান্ত
very intelligent; noble-minded; magnanimous
- মহামতি আকবৰmo.ha.mo.ti ak.borProper Noun
মোগল সম্ৰাটসকলৰ এজন শ্ৰেষ্ঠ সম্ৰাট আকবৰ(১৫৫৬-১৫৬২)।
A Mughal Emperor from 1556 until his death. He was the third and one of the greatest rulers of the Mughal Dynasty in India.
- মহামতিত্বNoun
মহৎ গুণ বা ভাব থকা অবস্হা
magnanimity
- মহামাংসmahāmāṃsaNoun
নৰমাংস।