মহাবীৰ জৈন
mo.ha.bir jo``in
অৰ্থ
1.
প্ৰাচীন ধৰ্মগ্ৰন্থবোৰত জৈনধৰ্মক শ্ৰমণ ধৰ্ম বা নিৰ্গ্ৰন্থৰ ধৰ্মও বোলা হৈছিল৷ কথিত আছে, তীৰ্থঙ্কৰ নামে ২৪ জন মহাজ্ঞানী কৃচ্ছ্বসাধকৰ এটা দলে পৰ্যায়ক্ৰমে জৈনধৰ্মক পুনৰুদ্ধাৰ কৰিছিল৷ ইয়াৰ মাজত ত্ৰাবিংশ তীৰ্থঙ্কৰ আছিল পাৰ্শ্বনাথ (খৃষ্টপূৰ্ব নৱম শতাব্দী) আৰু সৰ্বশেষ তীৰ্থঙ্কৰ আছিল মহাবীৰ (খৃষ্টপূৰ্ব ষষ্ঠ শতাব্দী)৷
The twenty-fourth and last tirthankara of Jainism (599 BCE–527 BCE). Therefore, although Mahavira is widely regarded as the founder of Jainism, he is more properly regarded as a reformer of Jainism.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ