মহাবিদ্যা
mahābidyā
অৰ্থ
1.
দেবী [কালী, তাৰা, ষোড়শী, ভুবনেশ্বৰী, ভৈৰবী, ছিন্নমস্তা, ধুত্ত্ৰাবতী, বগলা, মাতঙ্গী আৰু কমলা-দুৰ্গাদেবীৰ এই দহ ৰূপক দশ মহাবিদ্যা বোলে।]।
বি.
2.
শ্ৰেষ্ঠ বিদ্যা, অৰ্থাৎ বেদজ্ঞান।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ