কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহানিৰ্ব্বাণmo.ha.nir.banAbstract Noun
পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ
Deliverance from the power or penalty of sin, redemption.
- মহানুভৱতাmo.ha.nu.bho.wo.taAbstract Noun
কৰোবাৰ সহায় বা দান কৰাৰ অভ্যাস
the quality of helping and giving away freely to the needy
- মহানৱমীmo.ha.no.bo.miProper Noun
আহিন মাহৰ শুক্ল পক্ষৰ নৱমদিনৰ তিথি৷ দুৰ্গা পূজাৰ চতুৰ্থ দিন।
the nine lunar day of the bright fortnight and penultimate day of Dugra puja.
- মহাপদ্মmahāpadmaNoun
দহ কোটি লক্ষ সংখ্যা।
- মহাপাতকmahāpātakaNoun
ঘোৰ পাপ; শাস্ত্ৰমতে অধিক প্ৰায়শ্চিত্ত হ'ব লগা পাপ; স্মৱতিশাস্ত্ৰমতে-ব্ৰহ্ম-বধ, বামুণৰ সোণ চুৰ কৰা, মদ খোবা, গুৰুপত্নী হৰণ, আৰু এনে পাপীৰ সংসৰ্গ
a sin or crime of the highest order
- মহাপাত্ৰmahāpātraNoun
জগন্নাথৰ প্ৰধান পাণ্ডা
a chief priest of the Jagannātha temple
- মহাপাপmahāpāpaNoun
ঘোৰ পাপ; শাস্ত্ৰমতে অধিক প্ৰায়শ্চিত্ত হ'ব লগা পাপ; স্মৱতিশাস্ত্ৰমতে-ব্ৰহ্ম-বধ, বামুণৰ সোণ চুৰ কৰা, মদ খোবা, গুৰুপত্নী হৰণ, আৰু এনে পাপীৰ সংসৰ্গ
a sin or crime of the highest order
- মহাপুৰাণmahāpurāṇaNoun
"পুৰাণ" চোবাঁ।
- মহাপুৰুষmahāpuruṣaNoun
জ্ঞানী আৰু ধাৰ্ম্মিক লোক; সাধু লোক
a virtuous man; a saint
- মহাপেচmahāpecaNoun
আদালতৰ নথি-পত্ৰৰ ভঁৰালী
a record keeper
- মহাপেচখানাNoun
নথি-পত্ৰ সুৰক্ষিত কৰি ৰখা ঘৰ
a record room
- মহাপ্ৰকৱতিmahāprakawatiNoun
আদ্যাশক্তি; প্ৰধান্য প্ৰকৱতি; সৱষ্টি কাৰ্য্যৰ শক্তি
the great female enregy in nature
- মহাপ্ৰভুAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- মহাপ্ৰলয়mahāpralaẏaNoun
সৱষ্টিৰ প্ৰলয়; পৰমেশ্বৰত বাজে ব্ৰহ্মাদি দেবতা আৰু জগতৰ বিনাশ
total destuction of the whole world with the exception of the Supreme Being
- মহাপ্ৰসাদmahāprasādaNoun
পাদোদক, নিৰ্মালি, নৈবেদ্য-দেবতালৈ কৰা এই তিনি-বিধ উছৰ্গা।
- মহাপ্ৰস্থানmo.ha.pros.thanAbstract Noun
প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
the state of not having life
- মহাপ্ৰস্হানmahāprashānaNoun
মৱত্যু; মৰণ
death
- মহাপ্ৰাণ-বৰ্ণmahāprāṇa-barṇaNoun
বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ
an aspirated letter
- মহাপ্ৰয়াণmahāpraẏāṇaNoun
মৱত্যু
death
- মহাফেজmahāphejaNoun
আদালতৰ নথি-পত্ৰৰ ভঁৰালী
a record keeper