মহাপাত্ৰ
mahāpātra
অৰ্থ
1.
জগন্নাথৰ প্ৰধান পাণ্ডা
a chief priest of the Jagannātha temple
বি.
2.
প্ৰধান মন্ত্ৰী; যেনে-"হেন দেখি বুলিলন্ত বৱদ্ধ মহাপাত্ৰ" (মা. ক., অযোধ্যাকাণ্ড)
prime minister
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ