মহাপুৰুষ
mahāpuruṣa
অৰ্থ
1.
জ্ঞানী আৰু ধাৰ্ম্মিক লোক; সাধু লোক
a virtuous man; a saint
বি.
2.
পুৰুষোত্তম; নাৰায়ণ; ভগবান; বিষ্ণু
God Visnu
বি.
3.
অসমৰ বৈষ্ণব-ধৰ্ম্ম প্ৰবৰ্ত্তক শঙ্কৰদেব আৰু তেওঁৰ শিষ্য মাধবদেব
Śaṇkaradeva and Mādhavadeva, the founders of the Vaisnava religion in Assam
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ