কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুগম্যxu.go.myoProper Adj.
বাধা-বিঘিনি নোহোৱাকৈ সহজে যাব পৰা, খলা-বমা নথকা (পথ)৷
(a road) which is easily passable and free from pit and ditch.
- সুগঢ়িxu.gor.hiProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- সুগঢ়িতxu.gor.hitProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- সুগঢ়ীsugaṛhīAdjective
ধূনীয়া; নিখূত; গঢ়িত
faultless; well shaped or finished.
- সুচকsucakaAdjective
চোকা দৱষ্টিৰ
observant; circumspect.
- সুচলsucalaNoun
সুযোগ; কোনো কাৰ্য্য কৰিবলৈ উপযুক্ত অবস্হা, ঠাই বা সময়
advantage; opportunite.
- সুচাৰুsucāruAdjective
বৰ শুৰনী; অতিশয় সুন্দৰ; শ্ৰেষ্ঠ; ক্ৰি. বিণ. সুচাৰুৰূপে; সুচাৰুকৈ।
very beautiful; handsome; excellent.
- সুচিন্তাপূৰ্ণxu.sin.ta.pur.noProper Adj.
গূঢ় অৰ্থযুক্ত কোনো ভাৱ প্ৰকাশ পোৱা (প্ৰৱন্ধ আদি)
characterized by or manifesting careful thought: a thoughtful essay.
- সুচিন্তিতxu.sin.ti.toVerbal Adj.
ভালদৰে চিন্তা-চৰ্চ্চা কৰি সিদ্ধান্ত লোৱা; যেনেঃ সুচিন্তিত কাৰ্য্য পন্থা
resulting from careful thought; `the paper was well thought out`
- সুচ্যাকাৰAdjective
বেজীৰ দৰে আকাৰৰ
shaped like a needle
- সুচৰিতxu.so.ritProper Adj.
সৎ স্বভাৱৰ বা ভাল প্ৰকৃতিযুক্ত
bearing a good moral character
- সুচৰিত্ৰsucaritraNoun
ভাল চৰিত্ৰ বা আচৰণ; সৎস্বভাব
good conduct or behavior.
- সুছন্দsuchandaAdjective
শুৰনী; লনি; যেনে-"মোৰে প্ৰাণ-ধন: সুছন্দ বয়ন" (বৰগীত)
handsome; well-proportioned.
- সুজলাProper Adj.
নিৰ্মল পানীৰে পূৰ্ণ
full of pure water
- সুজানsujānaAdjective
জনা; জ্ঞানী; বুধিয়ক
wise; clever.
- সুজ্জ্বলxuj.jwolProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- সুঠামsuṭhāmaAdjective
শুৰনী, ধুনীয়া
handsome.
- সুণীয়াxu.ni.yaProper Adj.
বেছি খৰচৰ, আপেক্ষিক ভাৱে বেছি দামৰ
Costing too much, relatively high in price.
- সুতুংগxu.tung.goProper Adj.
বহু বেছি ওখ ৷
Of very high vertical dimension of extension.
- সুথিলsuthilaAdjective
কোমল
tender.