← ফুৰি যাওক

সুচৰিত্ৰ

sucaritra

অৰ্থ

1.

ভাল চৰিত্ৰ বা আচৰণ; সৎস্বভাব

good conduct or behavior.

বি.

2.

সৎস্বভাবী; সু-প্ৰকৱতিযুক্ত; স্ত্ৰী. সুচৰিত্ৰা।

well-behaved; of good conduct.

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুচৰিত্ৰ · অসমীয়া অভিধান