সুথিল
suthila
অৰ্থ
1.
কোমল
tender.
বিণ.
2.
বিঘিনি-শূন্য; শান্ত; কোনো বিভ্ৰাট বা মাৰি-মৰক নথকা (দেশ-কাল)
quiet; tranquil; free from danger or trouble.
বিণ.
3.
শান্তিপূৰ্ণ কাল; বিভ্ৰাট বা গণ্ডোগোল নোহোৰা সময়
peaceful time.
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ