কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বোলাbolāTransitive verb
কথা কোবা; মতা
to cause to speak; to utter
- বোলেbo`.leVerb-Trans.
মনৰ ভাৱ, অনুভূতি আদি শব্দত প্ৰকাশ কৰা
to express one's thoughts, feelings etc in words
- বোল্bolTransitive verb
কথা ক; মাত ্; মাউতে হাতীক চিঞৰিবলৈ কোবা মাত
speak; utter; to roar
- বোৱঁতীbo’.wo~.tiVerbal Adj.
কোনো সোঁতত গতিশীল
in motion along a slope or gradient
- বোৱা-কটাbo`.wa-ko.taVerbal Noun
সূতা অথবা অন্য আঁহেৰে কাপোৰ বোৱা কাৰ্য্য।
the act of forming or constructing a fabric by interlacing threads, yarns, strips, etc.
- ব্যংগাত্মকbyong.gat.mokVerbal Adj.
ব্যংগ অৰ্থাত্ কাৰোবাৰ প্ৰতি কটাক্ষযুক্ত
of or pertaining to sarcasm, i.e. cutting remarks
- ব্যক্ত কৰ্byok.to korVerb-Trans.
To convey what one is thinking in words, gestures or conduct
- ব্যক্ত হbyok.to hoVerb-Trans.
ব্যক্ত হ বা জনা-জনি হ
to come to light
- ব্যক্তিকৃতVerbal Adj.
মানুহৰ বৈশিষ্ট্য প্ৰদান কৰা কোনো নিৰ্জীৱ বস্তু
a non-living thing is given human characteristics
- ব্যক্তিগতকৃতVerbal Adj.
ব্যক্তিগত ৰুচি বা পছণ্ড অনুসৰি কোনো বস্তু বা আহিলাক গত লগাই লোৱা৷
An object setup as per personal preferences.
- ব্যক্তিগতভাৱেbyok.ti.go.to.bha.beAdverb
কোনো ব্যক্তিৰ হৈ আন এজনে কৰাৰ সলনি ব্যক্তিজনে নিজে
by a particular person rather than by somebody acting for him/her
- ব্যগ্ৰ হVerb-Intran.
বৰ খৰকৈ কৰোবালৈ যা৷
to go in a hurried manner
- ব্যগ্ৰভাৱেbyo.gro.bha.beAdverb
কিবা কথা বা কামৰ বাবে অধৈৰ্য হৈ পৰা৷
Having or showing keen interest, intense desire, or impatient expectancy.
- ব্যঙ্গ কৰ্byong.go korVerb-Trans.
অসন্মানজনকভাৱে ব্যৱহাৰ কৰ্ বা হাঁহিয়াতৰ পাত্ৰ কৰ্
To behave with contempt and disrepestfully or mimic contemptously; make fun of or laugh at
- ব্যতিব্যস্ত কৰ্byo.ti.byos.to korVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- ব্যথিতbyo.thi.toVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- ব্যস্ত হbyos.to hoVerb-Trans.
to involve deeply in some work
- ব্যাখ্যা কৰ্bhya.khya korVerb-Trans.
বিশদভাৱে বা বিতংকৈ বুজা বা প্ৰস্তুত কৰ্
work out or explain in detail
- ব্যাঘাত জন্মাbya.ghat jon.maVerb-Trans.
to restrain or stop someone from doing something
- ব্যাপি পৰ্bya.pi porVerb-Intran.
ইমান বেছিকৈ পূৰ হ যে পাৰ বাগৰি যা।
to flow over; to be so full that contents overflow.