← ফুৰি যাওক

বোলা

bolā

অৰ্থ

1.

কথা কোবা; মতা

to cause to speak; to utter

সক. ধা.

2.

দেখুবা; পৰিচয় দি; যেনে-"সি ভাল মানুহ বোলাইছে"

to make known

সক. ধা.

3.

বৰণ লগা; বোল দি

to colour; to dye

সক. ধা.

4.

এবিধ গছ আৰু তাৰ কাঠ

a kind of timber tree; Morus cuspidata (Gamble)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ