ব্যাখ্যা কৰ্
bhya.khya kor
অৰ্থ
1.
বিশদভাৱে বা বিতংকৈ বুজা বা প্ৰস্তুত কৰ্
work out or explain in detail
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
কোনো এটা কাম কিয় কৰা হ`ল সেই বিষয়ে যুক্তি দে
to explain why something has been done
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ