← ফুৰি যাওক

বোল্

bol

অৰ্থ

1.

কথা ক; মাত ্; মাউতে হাতীক চিঞৰিবলৈ কোবা মাত

speak; utter; to roar

সক. ধা.

2.

বাক্য; মাত-কথা

speech

বি.

3.

তবলা, ঢোল আদিৰ শব্দ

sound of drums etc

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বোল্ · অসমীয়া অভিধান