কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৈশিকkaiśikaAdjective
চুলিৰ নিচিনা; ; সূক্ষ্ম; নলাকাৰ
hair-like ; capillary
- কোঁটাkom̐ṭāAdjective
ঘোৰ খোবা; বেঁকা (আঙুলি)
crooked
- কোকোহাkokohāAdjective
জুৰুলা; খীণ; দুৰ্ব্বল
weak; emaciated
- কোঙাkoṅāAdjective
আঙুলি ছিগা, মোকোটা খোবা বা মেলিব নোবৰা (হাত বা ভৰি); কোঁটা।
- কোটি কোটিkoṭi, koṭiAdjective
অসংখ্য
innumerable
- কোটি-কলীয়াkoṭi-kalīẏāAdjective
কৌটি-কলীয়া; অনেক কাল চলি অহা; চিৰকলায়ী; অকহি-যুগীয়া
prevalent from a very long time
- কোটৰা-কোটৰিkoṭarā-koṭariAdjective
খছলা-খছলি; খলা-বমা
uneven; rough
- কোদোবাkodobāAdjective
খঙাল; ভয় লগা; যেনে-"কোদোবা চকু"; . যেনে-"কোদোবা বতৰ"
frowning; angry ; cloudy
- কোদোৱাko`.do.waProper Adj.
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি যুক্ত
Feeling or showing a strong feeling of displeasure or hostility.
- কোপনkopanaAdjective
খঙাল; ক্ৰোধপ্ৰবণ
angry; irritating
- কোপান্বিতAdjective
খং উঠা; ক্ৰোধ বা ৰোষ-যুক্ত; ৰাগান্বিত
angry; angered; offended
- কোপাবিষ্টkopābiṣṭaAdjective
ক্ৰোধযুক্ত
affected with anger
- কোপাৱিষ্টko`.pa.wis.toProper Adj.
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি যুক্ত
Feeling or showing a strong feeling of displeasure or hostility.
- কোপিতAdjective
কুপিত।
- কোবামোবাkobāmobāAdjective
ধুঁবলি-কুঁবলি; মেঘৰ দ্বাৰা হোবা অলপ আন্ধাৰ (বতৰ)
slightly dark; hazy
- কোবালkobālaAdjective
শীঘ্ৰে কাম কৰিব পৰা; বেগী
quick; prompt
- কোবিদkobidaAdjective
পণ্ডিত; জ্ঞানী
learned; wise
- কোমলkomalaAdjective
নৰম; ঢিলা
soft
- কোমল-বয়সীয়াko`.mol-bo.yo.xi.yaProper Adj.
জীৱন বা বিকাশৰ প্ৰথম অথবা আদি স্তৰ
being in the first or early stage of life or growth
- কোষীয়ko’xi.yoProper Adj.
কোষৰ লগত সমন্ধ থকা
pertaining to or characterized by cellules or cells, esp. minute compartments or cavities.