← ফুৰি যাওক

কোঙা

koṅā

অৰ্থ

1.

আঙুলি ছিগা, মোকোটা খোবা বা মেলিব নোবৰা (হাত বা ভৰি); কোঁটা।

বিণ.

2.

হাত বা ভৰিৰ আঙুলি ছিগা, মেলিব নোবৰা বা মোকোটা খোবা (মানুহ)

without fingers or toes or having crooked fingers or toes

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোঙা · অসমীয়া অভিধান