← ফুৰি যাওক

কোটৰা-কোটৰি

koṭarā-koṭari

অৰ্থ

1.

খছলা-খছলি; খলা-বমা

uneven; rough

বিণ.

2.

গাঁতত সোমোবা (চকু); যেনে-"কোটৰা-কোটৰি আখি বহল কপাল" (কুমৰ-হৰণ)

sunk into the cavity of the eye

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোটৰা-কোটৰি · অসমীয়া অভিধান