কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বৈঠ্baiṭhIntransitive verb
বহ্
to sit down
- বৈদ্যুতিক অভিযন্তাboi.dyu.tik o.bhi.jon.taVerbal Noun
Person who deals with the practical application of the theory of electricity to the construction of machinery, power supplies, etc.
- বৈদ্যুতিকীকৰণboi.dyu.ti.ki.ko.ronVerbal Noun
কোনো সঁজুলি, যন্ত্ৰ আদি বিজুলীৰে চলিব পৰা কৰা; কৰবালৈ বিজুলী যোগান দিয়া৷
the process of charging something so that it works with electricity; the process of providing electricity.
- বৈদ্যুতীকৰণboi.dyu.ti.ko.ronVerbal Noun
কোনো সঁজুলি, যন্ত্ৰ আদি বিজুলীৰে চলিব পৰা কৰা; কৰবালৈ বিজুলী যোগান দিয়া৷
the process of charging something so that it works with electricity; the process of providing electricity.
- বৈধ কৰ্boi.dho korVerb-Trans.
কিবা কাম বা বস্তু আদিক আইনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত কৰা৷
to make something legal.
- বৈধতাboi.dho.taAbstract Noun
আইনমতে যি উচিত
the state or equality of being legal
- বৈলখbailakhaNoun
লাজ; অপমান
shame; insult
- বৈসাbaisāTransitive verb
বহুবা
to fix; to impress
- বোক্বোকাbokbokāIntransitive verb
আপত্তি বা খং দেখুবাই মুখৰ ভিতৰতে অস্পষ্ট কথা ক
to grumble
- বোটল্boṭalTransitive verb
তল ঠাইৰপৰা সৰু বস্ত্ত তুলি ল
to pick up small things from lower regions
- বোধ কৰ্bo’dh korVerb-Trans.
তৰ্ক বা ব্যাখ্যাৰ খাতিৰত কোনো কথা সত্য বা আচল বুলি ধৰি ল
to consider something to be true or real for the sake of argument or explanation
- বোধকৰোbo`dh.ko.ro`Adverb
may be,to have a chance to occur
- বোধগম্য কৰ্bo`.dho.go.myo korVerb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- বোধহয়bo’dh.hoyAdverb
may be,to have a chance to occur
- বোন্দাপৰ দেbo`n.da.por deVerb-Intran.
to remain inactive or in a state of repose, as until something expected happens
- বোবাbobāNoun
কথা ক'ব নোবৰা লোক; অঁকৰা মানুহ
a dumb person
- বোম্বানলেbombānaleAdverb
ধাৰাসাৰে
ceaselessly
- বোম্বালেbombāleAdverb
ধাৰাসাৰে
ceaselessly
- বোলতbolataVerb
কয়; বোলে।
- বোলন্তbolantaVerb
কয়; বোলে।