← ফুৰি যাওক

বৈলখ

bailakha

অৰ্থ

1.

লাজ; অপমান

shame; insult

বি.

2.

লাজ পা; যেনে-"আনো যত অনুচৰঃ বৈলখিল নিৰন্তৰঃ শঙ্কৰৰ দেখি হেন কাম" (কীৰ্ত্তন)

to be ashamed

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ