← ফুৰি যাওক

বৈঠ্

baiṭh

অৰ্থ

1.

বহ্

to sit down

অক. ধা.

2.

হাতীক আঁঠু কাঢ়িবলৈ কোবা মাত

a word used to order an elephant to kneel down

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বৈঠ্ · অসমীয়া অভিধান