← ফুৰি যাওক

বোবা

bobā

অৰ্থ

1.

কথা ক'ব নোবৰা লোক; অঁকৰা মানুহ

a dumb person

বি.

2.

অঁকৰা; কথা ক'ব নোবৰা

dumb

বিণ.

3.

বৈ যাবলৈ দি; সোঁত চলা

to cause to flow

সক. ধা.

4.

আনৰ হতুবাই কান্ধত, মূৰত বা হাতত তুলি নিয়া

to cause to be carried as a load

সক. ধা.

5.

আনৰ দ্বাৰা নাঙলেৰে মাটি চাহ কৰা

to cause to be ploughed

সক. ধা.

6.

তাঁতত কাপোৰ তৈয়াৰ কৰা

to cause to be woven

সক. ধা.

7.

নাও চলা; নাও বাই নিয়া

to cause to be rowed

সক. ধা.

8.

সিঁচা; গজিবৰ কাৰণে মাটিত ছটিয়াই দিয়া

to cause to be sown

সক. ধা.

9.

আনৰ হতুবাই বাদ্য বজোবা

to cause to be played on a musical instrument

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ