কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অনিমেষanimeṣaAdjective
পচাৰ নপৰা (চকুৰ); নপচৰা (চকু)
unblinking (eye); steadfast
- অনিশ্চয়aniścaẏaAdjective
অঠাবৰ; অঠিক; অনিৰ্দ্দিষ্ট; নিশ্চয় বা ঠিক নোহোবা; স্হিৰ নোহোবা
uncertain
- অনিষিদ্ধaniṣiddhaAdjective
কোনো নিয়মে বা বিধিয়ে মানা নকৰা
not forbidden by any rule
- অনিষ্টকাৰকAdjective
অপকাৰী; অন্যায়কাৰী; অহিতকাৰী
injurious
- অনিষ্টকাৰীAdjective
অপকাৰী; অন্যায়কাৰী; অহিতকাৰী
injurious
- অনিষ্টকৰAdjective
অপকাৰী; অন্যায়কাৰী; অহিতকাৰী
injurious
- অনিষ্টজনকo.nis.to.jo.nokProper Adj.
হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷
able to cause harm or hurt
- অনিষ্ঠীaniṣṭhīAdjective
নিষ্ঠাহীনা; আচৰণহীনা; অনিষ্টকাৰী। "হাওৰে পাপিষ্ঠী পৰম অনিষ্ঠী, নুছুবি নুছুবি মোক" (মা.ক. অযোধ্যা-কাণ্ড)।
- অনিয়ন্ত্ৰিতo.ni.yon.tri.toProper Adj.
নিজক নিয়ন্ত্ৰণ কৰিব নোৱৰা৷
lacking in moderation or self-control, esp. of sexual desire, urination and defecation.
- অনিয়মিতo.ni.yo.mitProper Adj.
গতানুগতিক নিয়ম মাতে নোহোৱা৷
Not according to established practice or rules
- অনিয়মীয়াo.ni.yo.mi.yaProper Adj.
গতানুগতিক নিয়ম মাতে নোহোৱা৷
Not according to established practice or rules
- অনিৰুদ্ধaniruddhaAdjective
যি কোনো যুদ্ধত বন্ধ হোবা বা হবা নাই। বি. শ্ৰীকৱষ্ণৰ নাতি [এওঁ শোণিতপূৰৰ বাণ ৰজাৰ কন্যা ঊষাক হৰি নিয়ে]।
- অনিৰ্ণীতo.nir.ni.toProper Adj.
নিশ্চয়ৰ অভাৱ; ঠিৰাংকৈ ক’ব নোৱাৰা অথবা সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱৰা|
Lacking or indicating lack of confidence or assurance; not established beyond doubt, still undecided or unknown.
- অনিৰ্দিষ্টanirdiṣṭaAdjective
ঠিক নকৰা বা নথকা; অনিশ্চিত
undetermined
- অনিৰ্দ্দিষ্টanirddiṣṭaAdjective
ঠিক নকৰা বা নথকা; অনিশ্চিত
undetermined
- অনিৰ্বচনীয়anirbacanīẏaAdjective
যাক ক'ব বা ব্যক্ত কৰিব নোবাৰি; বৰ্ণনাৰ অসাধ্য; বৰ্ণনাৰ অতীত
indescribable; unutterable
- অনিৰ্বাচিতo.nir.ba.si.toVerbal Adj.
কোনো সমিতি বা বিধান সভাৰ নিৰ্বাচনৰ জৰিয়তে বাচনি নকৰা সদস্য
A member of a committee or assembly not selected by election.
- অনিৰ্বাণo.nir.banVerbal Adj.
জ্বলি থকা, যি নুনুমায়
Burning constantly.
- অনিৰ্বাপিতo.nir.ba.pi.toVerbal Adj.
যাক নুমুৱা হোৱা নাই
which has not been put out
- অনিৰ্বাৰanirbāraAdjective
যাক নিবাৰণ কৰিব বা দমাব নোবাৰি; অদম্য; অনিবাৰ্য্য
unpreventable; inconquerable