← ফুৰি যাওক

অনিৰ্ণীত

o.nir.ni.to

অৰ্থ

1.

নিশ্চয়ৰ অভাৱ; ঠিৰাংকৈ ক’ব নোৱাৰা অথবা সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱৰা|

Lacking or indicating lack of confidence or assurance; not established beyond doubt, still undecided or unknown.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অনিৰ্ণীত · অসমীয়া অভিধান