কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমসাজxo.mo.xajMaterial Noun
সেনা-বাহিনীৰ সদস্য বা স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধা একে ধৰণৰ সাজ-পাৰ
the special set of clothes worn by all members of an organization or a group at work, or by children at school
- সমস্তsamastaAdjective
আটাই; সকলো; সব; সৰ্ব্ব
all
- সমস্থানিকxo.mo.sthanikAbstract Noun
মৌল এটাৰ বিভিন্ন ভৰ একে পাৰমাণবিক বিশিষ্ট পৰমাণু৷
atom of the same element which have same atomic number but different mass number.
- সমস্বৰAbstract Noun
বহুতো মানুহ বা বাদ্য-যন্ত্ৰই একেলগে সৃষ্টি কৰা সঙ্গীত
a group of people or instruments producing music in unison
- সমস্যাsamasyāNoun
বিদ্যা পৰীক্ষা কৰিবৰ নিমিত্তে বাকী অংশ পূৰ্ণ কৰিবলৈ দিয়া শ্লোকৰ এক অংশ
a part of a stanza given to be completed as a trial of skill
- সমহাৰxo.mo.harAbstract Noun
লিখিত বা অভিহিত মূল্যত ক্ৰয় কৰিব পৰা (শ্বেয়াৰ)
(of a share) purchasable at issue par or nominal par
- সমাংগদেহী উদ্ভিদxo.mang.go.de.hi ud.bhidCommon Noun
শেলাই, ভেঁকুৰ আৰু লাইকেন আদিৰে গঠিত উদ্ভিদৰ এক পৰ্ব বা বিভাগ ৷
a phylum of plants of very diverse habit and structure, including the algae, fungi, and lichens.
- সমাকলন গণিতxo.ma.ko.lon go.nitAbstract Noun
It is the branch of Calculus that is used for computations involving area, volume, arc length, center of mass, work, and pressure.
- সমাকৰণxo.ma.ko.ronVerbal Noun
কোনো প্ৰকল্পৰ কাম সঠিক ভাৱে আগ বাঢ়িছে নাই জানিবলৈ লোৱা ব্যৱস্থাৱলী৷
to watch, observe, listen to, or check (something) for aspecial purpose over a period of time
- সমাগমsamāgamaNoun
অহা-যোৰা; যাতায়াত
the act of coming and going
- সমাচাৰsamācāraNoun
সম্বাদ; খবৰ; বাতৰি
news
- সমাজsamājaNoun
মানুহৰ সমূহ; সম্প্ৰদায়
a multitude of men; a sect
- সমাজ বিজ্ঞানxo.maj bi.gyanAbstract Noun
The study of society and social problems
- সমাজ ভাষাবিজ্ঞানxo.maj bha.xa.big.ganAbstract Noun
ভাষাৰ সৈতে সমাজৰ সম্বন্ধ অধ্যয়ন কৰা ভাষাতত্বৰ এটা ভাগ৷ ভাষা বা ভাষাৰ ব্যৱহাৰৰ প্ৰতি সমাজৰ দৃষ্টিভংগী, কোনো সামাজিক গোটৰ ভাষিক পৰিচয়,মান্য ভাষা, উপ ভাষা, বহুভাষিক সমাজৰ ভাষিক সমাজনীতি আদি সমাজ ভাষাবিজ্ঞানৰ বিষয়বস্তু৷
a branch of linguistics that studies all aspects of the relationship between language and society such as social attitudes to language, varieties of language, social basis of multilingualism,linguistic identity of social groups, the patterns and needs of national language use and so on.
- সমাজ-ব্যৱস্থাxo.maj-byo.bos.thaAbstract Noun
সমাজত প্ৰচলিত নীতি নিয়ম, প্ৰথা ইত্যাদি।
The system of rituals and customs prevalent in a given society.
- সমাজকৰ্মীxo.maj.kor.miCommon Noun
সমাজসেৱা কৰা ব্যক্তি; যি সমাজৰ দলিত শ্ৰেণীৰ উন্নতিৰ বাবে দিহা-পৰামৰ্শ অথবা সহায় সহযোগ আগবঢ়ায়|
A person who organizes work with a intention to advance the social conditions of a community, and especially of the disadvantaged, by providing psychological counseling, guidance, and assistance, especially in the form of social services.
- সমাজতত্ত্বxo.maj.tot.woAbstract Noun
The study of society and social problems
- সমাজতন্ত্ৰxo.maj.tron.toAbstract Noun
দেশৰ সকলো সম্পদৰ বিতৰণ আৰু ভোগৰ অধিকাৰ ব্যক্তিগত নহয় সমাজগত; এনে মতত বিশ্বাসী মতবাদ৷
A theory or system of social reform which contemplates a complete reconstruction of society, with a more just and equitable distribution of property and labor.
- সমাজপ্ৰিয়xo.maj pri.yoCommon Noun
আনৰ লগত থাকি উপভোগ কৰা সমাজপ্ৰিয় ব্যক্তি ।
Someone who likes social situations and enjoys being with other people.
- সমাজবাদxo.maj.badAbstract Noun
দেশৰ সকলো সম্পদৰ বিতৰণ আৰু ভোগৰ অধিকাৰ ব্যক্তিগত নহয় সমাজগত; এনে মতত বিশ্বাসী মতবাদ৷
A theory or system of social reform which contemplates a complete reconstruction of society, with a more just and equitable distribution of property and labor.