কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অনাৱিলo.na.bilProper Adj.
কোনো বেলেগ, নিম্ন মানৰ বস্তু মিহলি নথকা; কোনো অশুদ্ধতা বা বাহিৰা বস্তুযু্ক্ত নোহোৱা।
free from anything of a different, inferior, or contaminating kind; free from extraneous matter.
- অনিকেতaniketaAdjective
গৱহহীন
homeless
- অনিচ্ছাকৃতo.nis.sa.kri.toProper Adj.
যিটো কাম ইচ্ছা কৰি কৰা হোৱা নাই।
an action which was not performed consciously.
- অনিচ্ছুকAdjective
ইচ্ছা নকৰা; বাঞ্ছা নকৰা
unwilling
- অনিতanitaAdjective
অস্হায়ী; অসাৰ; খন্তেকীয়া
not lasting; transitory
- অনিত্যanityaAdjective
অস্হায়ী; অসাৰ; খন্তেকীয়া
not lasting; transitory
- অনিদানProper Adj.
কোনো কাৰণ বা ভিত্তি নথকা।
having no reason or basis.
- অনিদ্ৰo.ni.droProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- অনিন্দনীয়anindanīẏaAdjective
যাক নিন্দিব নোবাৰি; প্ৰশংসাৰ যোগ্য
unblamable; praiseworthy
- অনিন্দ্যanindyaAdjective
যাক নিন্দিব নোবাৰি; প্ৰশংসাৰ যোগ্য
unblamable; praiseworthy
- অনিন্দ্যকান্তিo.nin.dyo.kan.tiProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- অনিন্দ্যসুন্দৰo.nin.dyo.xun.dorProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- অনিপুনo.ni.punProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- অনিবাৰanibāraAdjective
অনিৰ্ব্বাৰ।
- অনিবাৰিতo.ni.ba.ri.toVerbal Adj.
যিটোক বাধা দিয়া হোৱা নাই
something that has not be checked
- অনিবাৰ্যanibāryaAdjective
যাক বাৰণ কৰিব নোবাৰি; অদম্য
irresistible
- অনিবাৰ্য্যanibāryyaAdjective
যাক বাৰণ কৰিব নোবাৰি; অদম্য
irresistible
- অনিমজanimajaAdjective
নিজম বা মিহি নোহোবা; খহটা; কৰ্কশ; ওখোৰা- মোখোৰা
rough to the touch; not smooth
- অনিমন্ত্ৰিতo.ni.mon.tritProper Adj.
যাক নিমন্ত্ৰণ কৰা হোৱা নাই ৷
Someone who has not been invited.
- অনিমিষanimiṣaAdjective
পচাৰ নপৰা (চকুৰ); নপচৰা (চকু)
unblinking (eye); steadfast