← ফুৰি যাওক

অনিবাৰ্য

anibārya

অৰ্থ

1.

যাক বাৰণ কৰিব নোবাৰি; অদম্য

irresistible

বিণ.

সমাৰ্থক শব্দ

2.

যিটো নোহোবাকৈ নেথাকে

inevitable

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ