কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মসীmasīNoun
চিয়াঁহী
ink
- মসৃণকৰণNoun
মসৃণকৰণ/ মজ্জন
মসৃণকৰণ/ মজ্জন
- মস্কিলmaskilaNoun
অসুবিধা; টান; কষ্ট; অভাব
a difficulty; a trouble; want
- মস্কোmos.ko`Proper Noun
চোভিয়েট ইউনিয়নৰ ৰাজধানী চহৰ৷
Capital city of Soviet Union.
- মস্কৰাmaskarāNoun
ঠাট্টা; বিদ্ৰুপ; উপহাস
jeering; jest; ridicule
- মস্তকmastakaNoun
মূৰ; শিৰ
the head
- মস্তক-মণিmastaka-maṇiNoun
সৰ্ব্বশ্ৰেষ্ঠ বা পূজনীয় লোক
the highly esteemed
- মস্তকাmastakāNoun
এজাক ল'ৰাৰ প্ৰত্যেকজনে চকুত কাপোৰ বান্ধি কোনো ঠাইত বহি থকা আনবিলাক ল'ৰাৰ মূৰত বা গাত হাত দি সিহঁতৰ নাম কোবা এবিধ ল'ৰাৰ খেল
a kind of game played by children
- মস্তকাবৰণmos.to.ka.bo.ronMaterial Noun
আঘাত আদিৰ পৰা মুৰক ৰক্ষা কৰিবলৈ পিন্ধা লো, প্লাষ্টিক আদিৰ কঠিন বস্তুৰ টুপী৷
A head covering of hard material, such as leather, metal, or plastic, worn by football players, firefighters, construction workers, motorcyclists, and others to protect the head.
- মস্তিক তৰংগmos.tik to.rong.goAbstract Noun
হঠাতে মনলৈ অহা চমৎকাৰ ধাৰণা, ভাব বা কল্পনা।
a sudden good, bright idea that comes to mind.
- মস্তিষ্কmastiṣkaNoun
মূৰৰ ঘিঁউ; মগজ
brain
- মস্তিষ্ক মৃত্যুmos.tis.ko mrit.yuAbstract Noun
দুৰ্ঘটনা বা অন্য কাৰণত ৰক্তক্ষৰণ আদিৰ বাবে, মস্তিষ্কৰ ক্ৰিয়া সম্পূৰ্ণ বন্ধ হৈ যোৱা অৱস্থা৷ ইয়াক আকৌ ঘূৰাই সক্ৰিয় কৰিব পৰা নাযায়৷ এই অৱস্থাত কলিজা, হাওঁফাওঁ আৰু তেজ চলাচল হৈ থাকে৷ ই আইনৰ দৃষ্টিতো মৃত্যু৷ এই সময়তে দেহৰ কলিজা, লিভাৰ দৰে কিছু অংগ অন্য দেহলৈ নিব পাৰি৷
the irreversible loss of all functions of the brain, including the brainstem. The three essential findings in brain death are coma, absence of brainstem reflexes, and apnoea.
- মস্তিষ্ক-বিকৃতিmos.tis.ko-bi.kri.tiAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মস্তিষ্ক-মন্থনAbstract Noun
সমস্যা সমাধানৰ ধাৰণা আৰু উপায় উৎপন্ন কৰিবলৈ এটা স্বতঃস্ফূৰ্ত আলোচনা৷
a spontaneous group discussion to produce ideas and ways of solving problems.
- মহmahaNoun
মধ্যত; মাজত; যেনে-"ৰতন তলপ মহ শয়নে ৰহতু হৰি" (বৰগীত)।
- মহ মহmaha, mahaNoun
আনন্দ বা কৱতাৰ্থ-বোধ; সুখ-বোধ; যেনে -"সাৰথিক মাৰিলে ইয়াত মহ মহ" (মা. ক. লঙ্কা-কাণ্ড); ক্ৰি. বিণ. মহ্ মহ্ কৰে বৰ ইচ্ছা আৰু আনন্দেৰে; (গৰু আদিয়ে ঘাঁহ খা)।
- মহংmo.hongMaterial Noun
খনিজ পদাৰ্থ ৰূপে উপলব্ধ, সাগৰৰ পানীৰ এক উপাদান আৰু খাদ্যত সোৱাদ যোগোৱা, খাদ্য সংৰক্ষণ কৰা আদিৰ বাবে ব্যৱহৃত এবিধ স্ফটিকীয় যৌগ, ছডিয়াম ক্লৰাইদ
a crystalline compound, sodium chloride, NaCl, occurring as a mineral, a constituent of seawater, etc., and used for seasoning food, as a preservative, etc.
- মহকুমাmahakumāNoun
কোনো জিলাৰ একখণ্ড
a sub- division
- মহকুমাধিপতিmoh.ku.ma.dhi.po.tiCommon Noun
মহকুমাৰ শাসনভাৰ প্ৰাপ্ত প্ৰধান বিষয়া ।
The chief officer of a Subdivision.
- মহজৰmahajaraNoun
পুৰণি নথি-পত্ৰ; অভিলেখ
record; document