← ফুৰি যাওক

মস্তিষ্ক মৃত্যু

mos.tis.ko mrit.yu

অৰ্থ

1.

দুৰ্ঘটনা বা অন্য কাৰণত ৰক্তক্ষৰণ আদিৰ বাবে, মস্তিষ্কৰ ক্ৰিয়া সম্পূৰ্ণ বন্ধ হৈ যোৱা অৱস্থা৷ ইয়াক আকৌ ঘূৰাই সক্ৰিয় কৰিব পৰা নাযায়৷ এই অৱস্থাত কলিজা, হাওঁফাওঁ আৰু তেজ চলাচল হৈ থাকে৷ ই আইনৰ দৃষ্টিতো মৃত্যু৷ এই সময়তে দেহৰ কলিজা, লিভাৰ দৰে কিছু অংগ অন্য দেহলৈ নিব পাৰি৷

the irreversible loss of all functions of the brain, including the brainstem. The three essential findings in brain death are coma, absence of brainstem reflexes, and apnoea.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মস্তিষ্ক মৃত্যু · অসমীয়া অভিধান