← ফুৰি যাওক

মহ

maha

অৰ্থ

1.

মধ্যত; মাজত; যেনে-"ৰতন তলপ মহ শয়নে ৰহতু হৰি" (বৰগীত)।

বি.

2.

এজাতি গেলা, মলিয়ন পানীত উৎপন্ন হোবা গুণ্ গুণ্ শব্দ কৰা আৰু মানুহ বা জন্ত্তৰ তেজ পি খোবা উৰি ফুৰা কীট

a mosquito

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ