কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অনাশ্যo.na.syoProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
- অনাশ্ৰিতAdjective
আশ্ৰয় নথকা বা নোপোবা; নিৰাশ্ৰয়
unprotected; having no shelter or refuge
- অনাশয়Proper Adj.
আত্মা নোহোৱা
lacking soul or character
- অনাসক্তanāsaktaAdjective
আসক্ত নোহোবা; নিৰ্লিপ্ত; অনুৰাগ নথকা
free from attachment
- অনাহকanāhakaNoun
অবাৰ; অদৰকাৰ
want of necessity
- অনাহতanāhataAdjective
আঘাত নোপোবা; অক্ষত; নতুন
unbeated; fresh
- অনাহাৰীAdjective
উপবাসী; লঘোনীয়া
fasting
- অনাহূতanāhūtaAdjective
অনিমন্ত্ৰিত
uninvited
- অনায়কanāẏakaNoun
অধ্যক্ষ বা নেতাৰ বাহিৰে আন মানুহ
person other than the leader or owner
- অনায়াসলব্ধo.na.yax.lob.dhoAdjective Adj.
কষ্ট নকৰাকৈ বা নোহোৱাকৈ পোৱা ।
something that can be acquired easily
- অনায়াসলভ্যona.yax.lo.bhyoProper Adj.
সামান্য প্ৰচেষ্টা বা প্ৰয়াস প্ৰয়োজন হোৱা বা প্ৰদৰ্শন কৰা।
Requiring or exhibiting little effort or endeavor.
- অনায়াসসাধ্যo.na.yax.xa.dhyoProper Adj.
সামান্য প্ৰচেষ্টা বা প্ৰয়াস প্ৰয়োজন হোৱা বা প্ৰদৰ্শন কৰা।
Requiring or exhibiting little effort or endeavor.
- অনায়াসসিদ্ধona.yax.xid.dhoProper Adj.
সামান্য প্ৰচেষ্টা বা প্ৰয়াস প্ৰয়োজন হোৱা বা প্ৰদৰ্শন কৰা।
Requiring or exhibiting little effort or endeavor.
- অনাৰতProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- অনাৰীanārīAdjective
স্বভাবৰ দোষত কাৰো সৈতে মিলিব নোবৰা; কাৰো লগত জীণ নোয়োবা; অজীণপাতকী
unable to live with others in harmony
- অনাৰীসুলভo.na.ri.xu.lobhProper Adj.
নাৰীৰ বৈশিষ্ট্য নোহোৱা ।
not having the characteristics of a female, specially in be behavior and body movements.
- অনাৰ্দ্ৰo.na.droProper Adj.
ৰস বা পানী নথকা
Not having moisture or water
- অনাৰ্যanāryaNoun
আৰ্য্য জাতিৰ বাজৰ লোক
a non-Aryan
- অনাৰ্য্যanāryyaNoun
আৰ্য্য জাতিৰ বাজৰ লোক
a non-Aryan
- অনাৱশ্যকীয়o.na.wo.syo.ki.yoProper Adj.
প্ৰয়োজন নোহোৱা বা কামত নলগা
without or no longer in need or requirement of