← ফুৰি যাওক

অনাৰ্য

anārya

অৰ্থ

1.

আৰ্য্য জাতিৰ বাজৰ লোক

a non-Aryan

বি.

সমাৰ্থক শব্দ

2.

আৰ্য্যৰ অনুপযুক্ত; অভদ্ৰ

uncivilised; not befitting an Aryan

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ