কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মন-ভুলোৱাmon-bhu.lo`.waVerbal Adj.
মিছা কথা বা বেশেৰে (কাৰোবাৰ) মন মুহিব পৰা
capable of misleading (someone) by a false appearance or statement
- মন-মৰা হmon-mo.ra hoVerb-Intran.
আনন্দ-উৎসাহ নাইকীয়া হ
to be cheerless or melancholic
- মন`ক মিথেAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- মনঃস্থ কৰ্mo.noh.stho korVerb-Intran.
বিকল্পৰ মাজত বাছনি কৰা
to makeup ones mind/settle a contest or argument
- মনকাণmon.kanVerbal Noun
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
A general interest that leads people to want to know more.
- মনত পেলাmo.not pe.laVerb-Trans.
পুৰণি বা আগেয়ে হৈ যোৱা ঘটনা বা কথা মনলৈ আন্
Act of remembering or bringing back to memory
- মনত পেলাই দেmo.not pe.lai deVerb-Trans.
কাৰোবাক কিবা মনত ৰাখিবলৈ (যথাসময়ত) উনুকিয়াই দে৷
to help/cause somebody to remember something at an appropriate time.
- মনত লগাmo.not lo.gaVerbal Adj.
যিটো বুজা বা জনা হৈছে
whatever is understood or known
- মনত সোমোৱাmo.not xo.mo.waVerbal Adj.
যিটো বুজা বা জনা হৈছে
whatever is understood or known
- মনত ৰাখ্mo.not rakhVerb-Trans.
স্মৃতিত বা মনত ৰাখি থ
to commit to memory; learn by heart.
- মনপুতিmon.pu.tiVerb-Trans.
ভালকৈ মনোযোগ আৰু গুৰুত্ব দি
with full attention and seriousness
- মনস্তাত্বিকভাৱেmo.nos.ta.twik.bha.beAdverb
মানসিক প্ৰকৃতিক প্ৰভাৱিত কৰি; মনৰ ওপৰত প্ৰভাৱ পেলোৱাকৈ
with an impact on the mental characteristics; with an effect on mind
- মনস্থ কৰ্mo.nos.tho korVerb-Intran.
বিকল্পৰ মাজত বাছনি কৰা
to makeup ones mind/settle a contest or argument
- মনাmanāTransitive verb
আনৰ হতুবাই সম্মান কৰা
to cause to be respected
- মনুষ্যত্বহীনভাৱেmo.nu.sotyo.hin.bha.beAdverb
মানৱীয় অনুভূতিহীনভাৱে কৰা বা হোৱা৷
In a manner inflicting extreme pain or suffering.
- মনে মনেmane, maneAdverb
নমতাকৈ; কথা নোকোবাকৈ; নীৰবভাবে
quickly; without speaking; noiselessly
- মনে মনে কVerb-Intran.
সৰুকৈ কথা ক৷
to talk in a very low voice.
- মনে মনে থাক্mo.ne mo.ne thakVerb-Intran.
শব্দ বা মাত-কথা নোহোৱা হ
to become devoid of noise or sound
- মনে-ধৰাmo.ne-dhoraVerbal Adj.
যিটো বুজা বা জনা হৈছে
whatever is understood or known
- মনে-মনে আহ-যাহ কৰmo.ne-mo.ne ah-jah korVerb-Trans.
কূ অভিপ্ৰায়েৰে বা বেয়া উদ্দেশ্যৰে জোপ লোৱা, গোপনে অহা-যোৱা কৰা
to hide, lurk or move around secretly with a bad intention