← ফুৰি যাওক

মনে মনে

mane, mane

অৰ্থ

1.

নমতাকৈ; কথা নোকোবাকৈ; নীৰবভাবে

quickly; without speaking; noiselessly

ক্ৰি. বিণ.

2.

গুপ্তভাবে; কোনেও নজনাকৈ

secretly; privately

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ