← ফুৰি যাওক

মনঃস্থ কৰ্

mo.noh.stho kor

অৰ্থ

1.

বিকল্পৰ মাজত বাছনি কৰা

to makeup ones mind/settle a contest or argument

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

কিবা কৰিবলৈ মন থিৰ কৰ্।

to have in mind as something to be done or brought about.

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মনঃস্থ কৰ্ · অসমীয়া অভিধান