কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থিয়া-থিইthiẏā-thiiNoun
থিয় হৈ অলপ ইফাল-সিফাল কৰি থকা কাৰ্য্য
act of slowly walking to and fro
- থিয়াথিVerbal Noun
থিয় হৈ অলপ ইফাল-সিফাল কৰা কাৰ্য
the act of standing and moving to and fro. It is a common behavior that can be seen in a variety of contexts, such as when someone is waiting for something, thinking about something, or feeling anxious
- থিয়েটাৰthiẏeṭāraNoun
ৰঙ্গমঞ্চ।
theatre
- থিৰিকনিNoun
কিন্কিনীয়া বৰষুণ; কণিওবা বৰষুণ
a drizzling rain
- থীমthimProper Noun
কোনো ব্ল’গ, প’ৰ্টেল, মেইল আৰু ৱেৱছাইটৰ পৃষ্ঠভূমি ৰঙীনভাৱে সজাব পৰা কলাসন্মত আলোকচিত্ৰ ৷
A unifying idea that is a recurrent element in literary or artistic work. It's use any blogs, portals, mail URL, website. etc for background.
- থুঁতৰিthum̐tariNoun
থোঁতোৰা; মুখৰ তললৈ ওলমি থকা জোঙা ভাগ
the chin
- থুঁপthu~pAbstract Noun
এটা বস্তুৰ একেলগে সকলো অংশ, যাতে প্ৰতিটো অংশ কেৱল বস্তুটোৰ সৈতে তাৰ সম্পৰ্কৰ বাবেহে বিবেচনা কৰা হয় ৷
all the parts of a thing taken together, so that each part is considered only in relation to the whole
- থুকিthukiNoun
তোলা (সূতাৰ ওজন)
a tola (of threads)
- থুকুthukuNoun
এবিধ সৰু দীঘলীয়া টেকেলি
a small earthen milk pot
- থুকুচা-খেলthukucā-khelaNoun
সৰু সৰু লৰাই মাৰিৰে বোকাত খেলা এবিধ খেল।
- থুতকুৰিthut.ku.riMaterial Noun
saliva, esp. when ejected.
- থুত্কুৰিthutkuriNoun
থু; . সক. থা
spittle
- থুনথুননিthunathunaniNoun
অলপকৈ সৰু ল'ৰাই কন্দাৰ শব্দ; . অক. ধা থুনথুনা বিণ. থুন্থুনীয়া।
the sound of a low cry
- থুনপাকthun.pakMaterial Noun
চোঁচনী জৰী টানি মেলিব আৰু জঁপাব পৰা ধন থোৱা সৰু মোনা৷
A purse is a small money keeping bag. Which can be open by a chain or small cord.
- থুনুক-থানাকthunuka-thānākaNoun
পোনেই মাত ফুটিবলৈ ধৰা ল'ৰাৰ অস্পষ্ট মাতৰ নিচিনা শব্দ
an imitative word used to express the sound resembling the imperfect utterance of a child
- থুনুক-থানাক মাতthu.nuk-tha.nak matAbstract Noun
নতুনকৈ কথা ক`বলৈ শিকা শিশুৰ ভালৈ নুফুটা কথা বা মাত
the broken speech of a baby who is just learning to speak
- থুন্পাকthunpākaNoun
চোঁচনী-জৰী টানি মেলিব আৰু বন্ধ কৰিব পৰা সৰু মোনা
a purse
- থুপাচালনিthupācālaniNoun
চিঞৰ-বাখৰ; শব্দ কৰি খচা, বা অহাযোবা কৰা।
- থুপিতৰাNoun
একে ঠাইতে থোপা পাতি থকা যেন দেখা তৰাৰ সমূহ; কুকুৰ-বাহী তৰা
a collection of small stars; a constellation
- থুপুৰ্thupurNoun
সৰু আৰু পাতল গোটা বস্ত্ত পৰাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by the fall of a small and light body