← ফুৰি যাওকথুকিthukiঅৰ্থ1.তোলা (সূতাৰ ওজন)a tola (of threads)বি.2.এবিধ সৰু দীঘলীয়া টেকেলিa small earthen milk potবি.সমাৰ্থক শব্দথুকু · thuku3.সৰু থোক।বি.উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ