← ফুৰি যাওক

থুনুক-থানাক মাত

thu.nuk-tha.nak mat

অৰ্থ

1.

নতুনকৈ কথা ক`বলৈ শিকা শিশুৰ ভালৈ নুফুটা কথা বা মাত

the broken speech of a baby who is just learning to speak

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থুনুক-থানাক মাত · অসমীয়া অভিধান